Friday, November 16, 2018

সংস্কৃতিৰ পৰা অপ-সংস্কৃতিলৈ

হৰ্ষবৰ্ধন-  অষ্টম শ্ৰেণী, ভেলী ভিউ স্কুল, লখিমপুৰ   আমাৰ অসমীয়া জাতিৰ জাতীয় উৎসৱ তিনিটা। এই তিনিটা বিহুৰ প্ৰত্যেকটোৰে নিজৰ-নিজৰ কিছু সুকীয়া বৈশিষ্টও আছে। যেনে- (১) মাঘযভোগালী বিহু ঃ-...

ব’হাগ বিহু আৰু জেতুকা

মুনমী গগৈ- ত্ৰিবেণীপাৰা বছৰৰ ছয়টা ঋতুৱে বছৰি নিত্য নতুন সম্ভাৰ লৈ চেনেহী অসম মাতৃৰ বুকুৰ মাজত ৰূপ-ৰস-গন্ধৰ Îপাহৰ মেলেহি। এই ছয় ঋতুৰ প্ৰধান অংগ বসন্তৰ...

ব’হাগ বাপতি সাহোন নে

পুলুমা ভঁৰালী - মিলন নগৰ ঘিলামৰা   বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ’লে বিনাবা কাক · এৰা ব’হাগ আহিল বুলি প্ৰতিজন অসমীয়াৰে...

দায়িত্ব, ব্যস্ততা ‘পছোৱা-অন্বেষণৰ মধুৰতা’ ইত্যাদি

গংগা প্ৰসাদ হাজৰিকা   পালন কৰিব লগা বহুবোৰ দায়িত্ব আৰু অনুৰোধ ব্যস্ততাৰ বাবে ইচ্ছা থাকিলেও ৰক্ষা কৰাত বৰ অসুবিধা হয়। সময়ৰ তাগিদাই অনুৰোধ ৰক্ষা কৰাত সদায়ে...

হুঁচৰিঃ এটি সমীক্ষা

ড০ কেশৱ হাজৰিকা ঘিলামৰা   বহাগ বিহুৰ লগত সংলগ্নিত অনুষ্ঠানবোৰৰ ভিতৰত আটাইতকৈ পৰিশীলিত আৰু পৰিমাৰ্জিত অনুষ্ঠানটো হ’ল হুঁচৰি। গাঁৱৰ বয়সস্থ আৰু ডেকাসকলে গৃহস্থৰ চোতালত উপস্থিত হৈ ঘোষা,...

বিহু, পৰিবৰ্তিত ৰূপ আৰু কিছু প্ৰাসংগিক চিন্তা

বিতুপ্ৰতিভ বৰুৱা স্নাতক চতুৰ্থ ষাণ্মাসিক কটন বিশ্ববিদ্যালয়   অসমৰ উজনিৰ পৰা নামনিলৈ পাহাৰে-ভৈয়ামে, জাতি ধৰ্ম-ভাষা নিৰি্বশেষে পালন কৰা বিহু এটি গণ উৎসৱ। অসমৰ প্ৰায় আটাইবোৰ জাতি-জনগোষ্ঠীৰ মাজতে বিহু...

সকলো হেৰুৱায়ো শ্ৰমেৰে পৃথিৱী সেউজ কৰা মানুহবোৰ

ড০ নিবুল কুমাৰ গগৈ (লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্ৰাক্তন অংশকালিন প্ৰবক্তা, চিকিৎসক)   দুহেজাৰ পোন্ধৰ চনতে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে অৰুণাচল প্ৰদেশত বসবাস কৰি অহা চাকমা আৰু হাজং...

বিহু: কিছু বিক্ষিপ্ত চিন্তা

ভাৰতবৰ্ষ হ’ল এক মিশ্ৰ সংস্কৃতিৰ দেশ। দেশৰ উত্তৰ পূব প্ৰান্তৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে সমৃদ্ধ অংশটোৰ মধ্যমণি হ’ল আমাৰ অসম। ৰাজ্যখনৰ ভাষা সংস্কৃতি তথা জনজীৱনৰ...

বিহুৰ পৰিৱৰ্তনশীলতা বনাম গ্ৰহণযোগ্যতা

এটা সু-সমৃদ্ধ জাতিয়ে নিজৰ পৰম্পৰা, আচাৰ, ব্যৱহাৰ, কৃষ্টি-সংস্কৃতিৰ দ্বাৰাই আনৰ আগত পৰিচয় প্ৰকাশ কৰে। বিহু অসমীয়া জাতিৰ পৰিচয়। অসমীয়া জাতিৰ জীৱিকাৰ মূল উৎস কৃষিৰ...

টাই আহোম সকলৰ কৃষি ভিত্তিক উৎসৱ বিহু: এক চমু আলোকপাত

টাই সকলে সৌমাৰত প্ৰৱেশ কৰাৰ পৰা তেওঁলোকে লগত লৈ অহা কৃষি ভিত্তিক বিহু উৎসৱক পৰম্পৰা অনুসৰি তিনিটা- বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহুক...