Friday, November 16, 2018

অপ্ৰাপ্তি

দেৱাশিষ বুঢ়াগোঁহাই   ষ্ট্ৰীট লাইটৰ পোহৰৰ আঁৰৰ এন্ধাৰ হৈ উজাই আহে পুৰাতন দূখ। নিশাৰ শেষ প্ৰহৰৰ ভোটা তৰাৰ চকুলো মোৰ দুচকুৰে নিগৰে। অদূৰত - তমসাৰ প্ৰলেপ সানি কিবা এটাই অগা-দেৱা কৰে। ফেউৰাৰ...

বসন্তৰ সেই সন্ধিয়াটো

সংগীতা বৰা ভৰালী- ঘিলামৰা বসন্তৰ এটি ব’হাগী সন্ধিয়াত বৈছিল এজাৰ কুঁহিকোমল বতাহ উৰি আহিছিল তগৰৰ সুবাস আৰু মোৰ দেহে-মনে সুগন্ধি সুগন্ধি... তগৰৰ সুবাসত বিছাৰি পাইছিলোঁ তোমাৰ জেতুকাবুলীয়া পৰশেৰে ঢালি দিছিলা কুঁহিপাত বৰণীয়া ৰং.... আৰু...

ব’হাগী আই

ধৰিত্ৰী গগৈ- ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এক এনাজৰী অসমৰ বাপতি সাহোন বিহুটি পাহাৰ-ভৈয়াম সকলোতে বিহু তিনিটি। তাৰে ভিতৰত ব’হাগতে কৰো ধেমালি কতো নাই জাতি-জনজাতিৰ ভেদ বড়ো, মিচিং, তিৱা, নেপালী আৰু কত কি জাতি সকলোৱে মিলি ব’হাগতে...

চুলি নেমেলিবি

বিশ্বজিৎ ডি চেতিয়া- গোলাঘাট   একোচা মেলা চুলিয়ে কিমানযে কি নিদিয়ে। দিব পাৰে ৰূপহী কপৌফুলীয়া সময় দিব পাৰে গঙাটোপতকৈও গপাল স্থিতি ক’লা চুলিৰ ভাঁজেৰে সৰসৰাই নামি আহিব পাৰে একোডাল ক’লাগোম অথবা ধবনিত...

ব’হাগৰ গান

দীপক দত্ত- ঘিলামৰা কুঁহিপাতে ডালে ডালে সাজিছে কাচিছে পৱনে চুমিছে আহি অতি আলফুলে পুৱাৰ অৰুণে আহি দিব ফেহুঁজালি নৱ পল্লৱে নাচে নানা চেঁও ধৰি হঠাতে যেন.... চিকুন কোমল পাহিটি অকাৰণে গ’ল মৰহি বননিত সৰা...

ফাগুন

তীৰ্থজ্যোতি বড়া মোৰ তেজ ফুলিছে থোপাথোপে প্ৰান্তৰ প্ৰান্তৰ পাহাৰ পাহাৰ টিলা টিলা শুকান শুকান লঠঙা লঠঙা ঘৰ ঘৰ মানুহ মানুহে সৌ টিãত ফটফটাই ফটফটাই দপদপাই দপদপাই জ্বলি আহিছে চৌদিশ জুইতে খেলা...

তুমি

মল্লজিত চেতিয়া- ঘিলামৰা   দীপ্তি লেমৰ পোহৰ এতিয়া স্মৃতি সেই পোহৰৰ বহু কথা এতিয়া এন্ধাৰ এন্ধাৰত কলিজাৰ ৰঙো কলা তুমি তুমি হৈয়েই আছা এতিয়াও স্মৃতি হোৱা নাই যদিও এতিয়া সেই লেমৰ পোহৰ নাই সেই পোহৰৰ...

প্ৰিয়া বিৰহী

সৌৰভ শইকীয়া হ’লো যে সংগীহাৰা অ’ বিষাদ বেদনা কজলা মেঘৰ আৰু কি আছে বতৰা · ৰাগমলা, ৰাগমলা যিমানেই সৰুকৈ নামাতা লাগে বৰষুণৰ তানপুৰাখনি কাণতে বাজে ৰিমি ৰিমি ঝিমি ৰিমি ৰিমি ঝিমি আজি বিজুলীৰে...

লৃগাং চঃমান

গীত গগৈ- ঘিলামৰা শিমলু ফুলবোৰ ফুলিছে অ’ কাংকান পথাৰত নে তোৰ দেহত মোৰ ঢোলৰ চেঁওত তোৰ গুম্‌ৰাগ চঃমান..... সঁচায়ে কবিনে সেই লৃগাঙৰ দিনা মোৰ ঢোলৰ চেঁওত তই নাচিছিলিনে তোৰ চঃমানত মোৰ চাপৰে প্ৰাণ পাইছিল আজিও...