তুমি

0
142

মল্লজিত চেতিয়া- ঘিলামৰা

 

দীপ্তি লেমৰ পোহৰ
এতিয়া স্মৃতি

সেই পোহৰৰ বহু কথা এতিয়া এন্ধাৰ
এন্ধাৰত কলিজাৰ ৰঙো কলা

তুমি
তুমি হৈয়েই আছা
এতিয়াও স্মৃতি হোৱা নাই

যদিও এতিয়া
সেই লেমৰ পোহৰ নাই
সেই পোহৰৰ কথােবাৰ নাই
নাই ৰঙা কলিজাতো

LEAVE A REPLY

Please enter your comment!
Please enter your name here